muktosinta.org
বিকল্প শক্তিৰ উৎসৰূপে শ্বেল অইল আৰু গেছ-(ভাৰ্গৱ বৰঠাকুৰ) - মুক্ত চিন্তা
জনবিস্ফোৰণৰ অনিয়ন্ত্ৰিত চাপে মানৱ জীৱনৰ সকলো দিশতে প্ৰভাৱ পেলাইছে ৷ ঠিক সেইদৰে প্ৰাকৃতিক সম্পদসমূহৰ ওপৰতো প্ৰভাৱ পৰিছে ৷ পৃথিৱীত প্ৰকৃতিক শক্তিৰ উৎস সীমিত ৷ কিন্তু আমি যিধৰণে ইয়াৰ ব্যৱহাৰ কৰি আছোঁ, বিজ্ঞানীসকলৰ মতে আগন্তুক ত্ৰিছ, চল্লিছ বছৰৰ পাছত সেই শক্তিৰ ভাণ্ডাৰো শেষ হ'বগৈ ৷ সত্তৰ দশকত খাৰুৱা তেলৰ উৎপাদনত যি ক্ৰান্তিকাৰী সফলতা আহিছিল, আৰবকে ধৰি …