muktosinta.org
বিহু হওক জাতি গঠনৰ মঞ্চ-(টুনুজ্যোতি গগৈ) - মুক্ত চিন্তা
বৰ্তমান সুধীসমাজে ক’বলৈ ধৰিছে যে শেহতীয়াকৈ অসমত সবল ৰূপত আত্মপ্ৰকাশ কৰা হিন্দুত্ববাদ বা ব্ৰাহ্মণ্যবাদক প্ৰতিৰোধ কৰিবলৈ হ’লে শংকৰদেৱৰ জীৱনাদৰ্শক আদৰি লোৱাৰ বাহিৰে গত্যন্তৰ নাই। তেওঁলোকৰ মতে, ব্ৰাহ্মণ্যবাদক প্ৰতিৰোধ কৰিব নোৱাৰিলে বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ বিভিন্ন উপাদানৰ সহায়ত এক ঐতিহাসিক সমন্বয় প্ৰক্ৰিয়াৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটো ভাগি থান-বান হৈ পৰিব। পূৰ্বৰে পৰাই অসমীয়া জাতীয়তাবাদৰ সৈতে সনা-পোটোকা হৈ …