muktosinta.org
এজন বিজ্ঞান শিক্ষকৰ পৰা সমাজে কি বিচাৰে? কি বিচৰা যুগুত? –(সিদ্ধাৰ্থ লাহিড়ী) - মুক্ত চিন্তা
অসমৰ শিক্ষানুষ্ঠানবিলাকত বিজ্ঞান শিক্ষকৰ বৰ অভাৱ৷ বিজ্ঞান-মনস্ক বিজ্ঞান শিক্ষক বোলা প্ৰজাতিটোৰ কাচিৎ দুই-এজন সদস্যক লগ পালে এই বিৰল প্ৰজাতিটো এতিয়াও হেৰাই যোৱা নাই বুলি অৱগত হোৱাৰ পিছত আমি সন্তোষ প্ৰকাশ কৰোঁ৷ এজন বিজ্ঞান-মনস্ক বিজ্ঞান শিক্ষকৰ মাজত নেৰা নেপাৰাকৈ লাগি থকা বিজ্ঞানী এজনো লুকাই থকা বুলি গম পালে কথাটো নিজেই এটা উল্লেখযোগ্য অবিষ্কাৰ যেন হয়, অথচ …