muktosinta.org
ভূপেন প্ৰসংগ: উপন্যাসৰ কল্পনাৰ পৰা বাস্তৱৰ ৰুক্ষতালৈ-( বৰ্ণালী বৰুৱা দাস) - মুক্ত চিন্তা
ভাতৰ পাতত ভূপেন-কথা যোৰহাট চহৰৰ মাজমজিয়াত অসমীয়া ভাতৰ কাঁহীৰ বাবে বিখ্যাত হোটেল এখন আছে‌‌। চাফ-চিকুণ, ভকতীয়া পৰিবেশ‌। অলপতে সম্পৰ্কীয় বয়োজ্যেষ্ঠ মহিলা এগৰাকীৰ লগত তাত দুপৰীয়াৰ সাজ খাবলৈ গৈছিলোঁ‌। সোমাই যোৱাৰ বাটতে সন্মুখভাগত ভূপেন হাজৰিকাৰ এখন প্ৰকাণ্ড ছবি‌। প্ৰজ্বলিত বন্তি, শৰাই, ধূপ ইত্যাদিও যথাৰীতি বিদ্যমান‌। সুদৰ্শন ভূপেন হাজৰিকাৰ প্ৰকাণ্ড ফ’টোখন ক্ষন্তেক ৰৈ চাবলৈ ভালেই লাগিল‌। পিছে …