muktosinta.org
ভূপালৰ ভয়ংকৰ গেছ দুৰ্ঘটনা-(ৰাহুল শ্যাম) - মুক্ত চিন্তা
প্ৰকৃতিৰ বিধ্বংসী ৰূপৰ ওচৰত মানৱৰ শক্তি অতি নগণ্য। হাজাৰ-বিজাৰ প্ৰাকৃতিক দুৰ্যোগে হয়তো এই কথাকেই প্ৰতিপন্ন কৰি বাৰে বাৰে মানৱৰ ক্ষুদ্ৰ শক্তিক উপলুঙা কৰি আহিছে। তথাপি প্ৰকৃতিৰ ধ্বংসাত্মক ৰূপটোক প্ৰতিহত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি গৈছে কাহানিও হাৰ মানিব নোখোজা মানৱজাতিয়ে। প্ৰকৃতিৰ স্বসৃষ্ট উপাদানবোৰক সম্বল কৰিয়েই মানুহে উৎপাদন কৰিছে নতুন নতুন মানৱসৃষ্ট সম্পদ। মানুহৰ এইটো কাৰ্যৰ নিমিত্তেই …