muktosinta.org
ভাষিক অৱদমন আৰু ভাৰতীয় নাৰী- (টুনুজ্যোতি গগৈ) - মুক্ত চিন্তা
মূলতঃ মনৰ ভাব প্ৰকাশ কৰিবলৈ, বিভিন্নজনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু সৃজনশীল প্ৰতিভা প্ৰকাশ কৰিবলৈ ব্যৱহৃত একোটা ভাষাৰ সৈতে এখন সমাজৰ গভীৰ সম্পৰ্ক থাকে৷ সংস্কৃতিৰ অন্যতম উপাদান একোটা ভাষাই এখন দেশ বা এখন ৰাজ্যৰ সাংস্কৃতিক পৰিচয় আৰু সমাজ বাস্তৱতাৰো প্ৰতিফলন ঘটায়৷ এই আপাহতে একোটা ভাষাত নাৰী বা পুৰুষৰ প্ৰতি সমাজে পোষণ কৰা দৃষ্টিভংগীও প্ৰতিফলিত হয়৷ …