muktosinta.org
বেংমৰাৰ বুৰঞ্জী - মুক্ত চিন্তা
(এক) ১৯৬৪ চনৰ এপ্ৰিল মাহত, ভাৰতে স্বাধীনতা লাভ কৰা প্ৰায় ১৭ বছৰৰ পাছত উজনি অসমৰ এগৰাকী স্বাধীনমনা ব্যক্তিয়ে নতুন দিল্লীত উপস্থিত হৈ তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ দাখিল কৰিলে৷ স্মাৰক-পত্ৰত উল্লেখ কৰা তেওঁৰ মূল দাবীটো আছিল – উত্তৰাধিকাৰী সূত্ৰে পাবলগীয়া এসময়ৰ বেংমৰা ৰাজ্যখন নহ'লেও অন্ততঃ তিনিচুকীয়া নগৰখন তেওঁক শাসন কৰিবলৈ এৰি …