muktosinta.org
বাংলাদেশীৰ পম খেদি - (পাৰভিন চুলতানা) - মুক্ত চিন্তা
ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত ধুবুৰী জিলাৰ বাসিন্দাসকলৰ বাবে অসমত ‘লাখ লাখ অবৈধ বাংলাদেশী’ৰ অনুপ্রবেশৰ গল্প একো নতুন নহয়। পিছে প্রায় সময় এইটো চিন্তা কৰিবলৈ বাধ্য হওঁ যে ইমান সৰহসংখ্যক মানুহ বেলেগ এখন দেশৰপৰা আহি ইয়াতে থাকিবলৈ লয়, পিছে আজিলৈ তেনে এজনাকো নেদেখিলো কিয়? মূলসুঁতিৰ ঠেকমনা ৰাজনৈতিক নেতাবোৰৰ কথা মানিলে চৰত বসবাস কৰা পূর্ববঙ্গীয় মূলৰ মুছলমানবোৰেই অবৈধ …