muktosinta.org
বালিচাঙত জন লেনন - (সাগৰ সৌৰভ) - মুক্ত চিন্তা
যি বাটেৰে সি গুচি গ'ল কোনেও ভু-টোকে নাপালে 'এছকেপিষ্ট' ধাৰণা এটাতে বাক-বিতৰ্কখন চলি থাকোতেই ৰাতিৰ ৰে’লত আমি বিশ্বনাথ পালোহি মাদলৰ মাতটোৰ মাজে মাজে দূৰৈৰ গাঁওখনিৰপৰা ভাহি আহিছে ঝুমুৰৰ কৰুণ সুৰ ছিমকাৰ্ড এখনত আঁ‌উজি থকা বেপাৰীজনে হোৰ্ডিং এখন পৰা নামি আহি শ্লিপছত ফিল্ডিং কৰিছে বলিং কৰিছে গেৰুৱা বিপছ পিন্ধা টিমটোৱে দুৰ্দান্ত লাইন আৰু লেংথ্ আমাৰ …