muktosinta.org
অসমৰ  অনুপ্ৰৱেশৰ সমস্যা আৰু মুখ্যমন্ত্ৰীসকলৰ ভূমিকা-( টুনুজ্যোতি গগৈ) - মুক্ত চিন্তা
ইতিহাসৰ পৃষ্ঠাত নায়কৰ শাৰীৰপৰা খলনায়কৰ শাৰীলৈ অৱনমিত হোৱা বহু ব্যক্তিৰ উদাহৰণেই পোৱা যায়৷ এসময়ত কোনো এক দৃষ্টান্তমূলক কৰ্মৰে একোজন ব্যক্তি ৰাইজৰ দৃষ্টিত নায়ক হৈ পৰিলেও পৰৱৰ্তী সময়ত তেওঁ অস্পষ্ট মতাদৰ্শ, ক্ষমতালিপ্সা, সুবিধাবাদী মানসতা, আপোচকামিতা আদি দোষ-দুৰ্বলতাৰ বাবে খলনায়কলৈ পৰ্যবসিত হ’ব পাৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰপৰা আহি দলীয় ৰাজনীতিৰ পথাৰত খোজ থোৱা সৰ্বানন্দ সোণোৱালে আইনী …