muktosinta.org
অসমৰ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যৎ (টুনুজ্যোতি গগৈ) - মুক্ত চিন্তা
অসমত বসবাস কৰি থকা বংগীয় মূলৰ মুছলমানসকলৰ ভবিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ লৈ ভাবিছোঃ এই লেখাৰ শিৰোনাম চায়েই হয়তো এচাম পাঠকে মন্তব্য কৰিব – ‘অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভৱিষ্যতেই অন্ধকাৰাচ্ছন্ন, ই বেটাই আকৌ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যতৰ বিষয়েহে চিন্তা কৰে!' আমাৰ ৰাজনৈতিক স্থিতিৰ বিষয়ে জ্ঞাতসকলে ক'ব –‘সংখ্যালঘু তোষণ আৰু হিন্দুত্ববাদৰ বিৰোধিতাই ইহঁতৰ নীতি৷ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যতৰ বিষয়ে সিহঁতে …