muktosinta.org
জ্যোতিৰ্বিজ্ঞান বনাম জ্যোতিষ-(ডঃ খৰ্গেশ্বৰ ভূঞা) - মুক্ত চিন্তা
মহাকাশত থকা গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, ৰাশিচক্ৰ, নীহাৰিকা, নিউট্ৰন তৰা, কৃষ্ণগহ্বৰ আদি বিভিন্ন বস্তুৰ গঠন, গতিবিধি আদিৰ লগতে শক্তিৰ বিষয়ে বিভিন্ন জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰা বিজ্ঞানৰ শাখাটোৱেই হ'ল জ্যোতিৰ্বিজ্ঞান বা Astronomy। ইংৰাজী শব্দটোৰ উৎপত্তি হৈছে প্ৰাচীন গ্ৰীক শব্দ Astronৰ পৰা, যিটোৰ অৰ্থ হ'ল নক্ষত্ৰ বা তৰা। মহাকাশৰ সৃষ্টি, স্থিতি আৰু লয়ৰ লগতে আনুষংগিক বিষয়বোৰ সাঙোৰে …