muktosinta.org
জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞান, বিজ্ঞানমনস্কতা আৰু আমি -(ৰঞ্জিত ভূঞা) - মুক্ত চিন্তা
বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফিলিপ‌্ছ ফাইনমেন (Richard Phillips Feynman), যিগৰাকীক বহু বিশেষজ্ঞই আইনষ্টাইনৰ পাছতেই স্থান দিছে, তেওঁৰে এক যুগান্তকাৰী উক্তি, "Religion is a culture of faith;Science is a culture of doubt", অৰ্থাৎ ধৰ্ম হৈছে কেৱল বিশ্বাসৰ সংস্কৃতি যি মানুহক কোনো প্ৰশ্ন নকৰাকৈ বিশ্বাস কৰিবলৈ শিকায়। আনহাতে, বিজ্ঞান হৈছে সন্দেহ বা জিজ্ঞাসাৰ সংস্কৃতি যি …