muktosinta.org
.... আৰু জ্যোতিষ-(প্রসেনজিৎ চৌধুৰী) - মুক্ত চিন্তা
ক'লা কুকুৰৰ মাহাত্ম্য আগ্রহ আৰু ধৈৰ্যৰ অভাৱত বাতৰি কাকত বৰকৈ পঢ়া নহয়। পুৱাৰ চাহকাপ শেষ কৰিবলৈ যিমান সময় লাগে সিমান সময়হে সাধাৰণতে কাকতখন পঢ়ো। এই সময়ৰ ভিতৰত মজাৰ খবৰ কিছুমান চকুত পৰে। আজি পুৱা চাহকাপ হাতত লৈ অভ্যাসবশতঃ “দৈনিক জনমভূমি'ত চকু ফুৰাওঁতে শেষ পৃষ্ঠাৰ খবৰ এটাই আকর্ষণ কৰিলে। খবৰটো অৱশ্যে চাঞ্চল্যকৰ নহয়— গুলীবর্ষণ বা নাবালিকা …