muktosinta.org
কৃত্ৰিম বুদ্ধিমত্তা : মানৱ জাতিৰ বাবে আশীৰ্বাদ নে অভিশাপ - (পংকজ বৰুৱা) - মুক্ত চিন্তা
কল্পনা কৰকচোন, যদি এটা মেচিনে বা এটা ৰবটে আপোনাৰ সকলো কাম নিপুনতাৰে কৰিব পাৰে, মানুহৰ বাবে যিখিনি কৰিবলৈ কষ্টকৰ মেচিনে যদি সেইখিনি সহজে কৰিব পাৰে, আপোনাৰ-মোৰ দৰে ভাবিব পাৰে, অনুভৱ কৰিব পাৰে, বুজিব পাৰে৷ এনেধৰণৰ মেচিন বৰ্তমান পৃথিৱীত নাই যদিও অতি সোনকালে পৃথিৱীলৈ এনে মেচিন, ৰবট বা কম্পিউটাৰ আহি আছে৷ আমি মানৱ জাতিয়ে এনে এক …