bouddhikbichar.com
অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী বঙালী লেখক-ব্লগাৰৰ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷ - বৌদ্ধিক বিচাৰ
ভাৰত চৰকাৰে অসমত বঙালীসকলক উগ্ৰ অসমীয়াসকলৰ আক্ৰমণৰ পৰা সুৰক্ষা দিয়াত ব্যৰ্থ হ’লে উচ্চতম ন্যায়ালয় আৰু প্ৰয়োজন হ’লে নিউয়ৰ্ক, জেনেভা, লণ্ডন, মস্কো, ৰাষ্ট্ৰসংঘ সকলোতে বঙালীসকলৰ অধিকাৰৰ হকে আন্দোলন অব্যাহত ৰখাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আদালতত উত্থাপন কৰিব বুলিও স্পষ্ট কৰি দিয়ে।