bouddhikbichar.com
ফিফা বিশ্বকাপ আৰু ‘খেলুৱৈসুলভ মনোবৃত্তি’৷৷ মনোৰম গগৈ৷৷ - বৌদ্ধিক বিচাৰ
খেল এখনত জয়লাভ কৰিবলৈ যিদৰে সততা, নিষ্ঠা, দলীয় সংহতিৰ লগতে প্ৰণালীৱদ্ধ প্ৰশিক্ষণ, পানী নসৰকা পৰিকল্পনা, অসীম ধৈৰ্য, কঠোৰ পৰিশ্ৰম , অক্লান্ত সাধনা আৰু জয়ৰ মনোবৃত্তিৰ প্ৰয়োজন, ঠিক একেদৰে জীৱনৰ বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈও আমাক একেখিনি মানৱীয় গুণৰ প্ৰয়োজন হয়।