bouddhikbichar.com
ছায়াছবি৷৷ মমিন বৰা৷৷ - বৌদ্ধিক বিচাৰ
আলকতৰা গলি যোৱা দুপৰীয়া গান শুনি আলিবাটত শুই পৰে ঘামবোৰ ঘামৰনো আৰু কি গান পেটৰ জুইকুৰা- ঘামবোৰৰ গান বুকুৰ মজ্জাত বাহ লোৱা বিষবোৰ— ঘামবোৰৰ গান ঘামৰ কান্দোন বুলিবলৈও একো নাই মাথোন বুকুৱেদি উৰি ফুৰা ধুলি আৰু শুকাই কৰ্কৰীয়া হোৱা এখন চকুৰ চোতাল এই ঘামে ধুলিৰ সতে লেটি লৈ বেকত কৰে একবিংশ শতিকাৰ ভৱিষ্যত মংগল গ্ৰহত …