bouddhikbichar.com
মাছৰ ফিছাৰ ঢৌ৷৷ কোকিল শইকীয়া৷৷ - বৌদ্ধিক বিচাৰ
ওৰে নিশা বৈ থকা নৈ খনৰ ওপৰত তৰাৰ সৈতে ধেমালি খেলি ৰাতিপুৱা শুই যায় জলগাভৰুৰ জী নৈত মাছৰ ফিছাৰ ঢৌত পানীৰ কঁকাল ভাঙে৷