bouddhikbichar.com
ঈদ আৰু সম্প্ৰীতি৷৷ টুনুজ্যোতি গগৈ৷৷ - বৌদ্ধিক বিচাৰ
ধৰ্ম হ’ল সংস্কৃতিৰ এক বিশিষ্ট অংগ। এই সংস্কৃতি বা ইংৰাজী কালচাৰ (cultural) শব্দৰ অৰ্থ বিভিন্ন সমাজ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলে বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰিছে। সমাজ বিজ্ঞানী মেক্লভাৰ আৰু চৰকিনৰ মতে, মানুহৰ নৈতিক, আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশেই সংস্কৃতি।