bouddhikbichar.com
তিব্বতত তিনিটা নতুন বিমান বন্দৰ পৰিকল্পনা চীনৰ৷৷ সুমন্ত কাকতি ৷৷ - বৌদ্ধিক বিচাৰ
চীনে শেহতীয়াকৈ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক জে -২০ বিমান নিজৰ সেনাত অন্তৰ্ভুক্ত কৰিছে, আধুনিক প্ৰযুক্তিৰ বাবে ৰাডাৰত দৃষ্টিহীন আৰু উন্নত ৰেঞ্জ,ৰাডায, এভিয়নিকছ থকা এই বিমান আমেৰিকাৰ বিধ্বংসী এফ -২২ ৰাপ্তাৰ আৰু এফ-৩৫ লাইটনিঙৰ সমপৰ্যায়ৰ বুলি সামৰিক মহলে সকীয়নি দিছে।