bouddhikbichar.com
পাণজুৰি, অন্ধবিশ্বাস আৰু কিছু কথা৷৷ ভৱেশ নাথ৷৷ - বৌদ্ধিক বিচাৰ
কাৰ্বি আংলঙৰ ডেনগাঁৱৰ পাণজুৰিত সংঘটিত ঘটনাটো খুবেই দুখজনক, নিন্দনীয় আৰু গৰিহণাযোগ্য। সম্পূৰ্ণৰূপে ‘অন্ধবিশ্বাস’জনিত কাৰকৰ লগত জড়িত এই ধৰণৰ ঘটনা অসম মূলুকত এয়াই প্ৰথম নহয়, ইয়াৰ আগতেও বহুকেইটা হৃদয়বিদাৰক ঘটনা এইখন অসমত সংঘটিত হৈ গৈছে।