bouddhikbichar.com
দৰিদ্ৰ ছাত্ৰক সহায়ৰ বাবে আগবাঢ়ি আহক৷৷ জমিৰউদ্দিন তালুকদাৰ৷৷ - বৌদ্ধিক বিচাৰ
মেট্ৰিকত স্থান লাভ কৰা, ডিষ্টিংচন, ষ্টাৰ পোৱা, প্ৰথম বিভাগ লাভ কৰা ছাত্ৰক, দৰিদ্ৰ ঘৰৰ সফলতা লাভ কৰা ছাত্ৰক এতিয়া সম্বৰ্ধনা জনোৱাৰ ধুম উঠিছে৷ সকলোৱে ঘৰে ঘৰে গৈ এইসকল মেধাৱীক সম্বৰ্ধনা জনাইছে৷ কৰক, ভাল কথা৷ ময়ো কৰিছো৷ কিন্তু এইসকলক এতিয়া আচলতে প্ৰয়োজন কি?