bouddhikbichar.com
ব্যক্তিনমস্যতা আৰু সমাজ-চিন্তা ৷৷ ইন্দ্ৰজিৎ বৰা৷৷ - বৌদ্ধিক বিচাৰ
মানৱতাৰ অন্তৰ্নিহিত শক্তি হিচাবে বিদ্যমান নৈতিকতা আৰু সৰ্বাধিকাৰবাদৰ দৰে বিশ্বজনীন মূল্যবোধবোৰ নিঃসন্দেহে সামগ্ৰিক চেতনাৰে সৃষ্টি ৷ আনুষ্ঠানিক বাধ্য-বাধ্যকতা যেন লগা মানুহৰ নৈতিক মূল্যবোধ সামাজিক-সাংস্কৃতিক প্ৰক্ৰিয়াত কেৱল মাত্ৰ বাহ্যিক হস্তক্ষেপ হ’ব নোৱাৰে।