bouddhikbichar.com
কোন দিশে আমাৰ সমাজ ? ৷৷ ইফটিখাৰ হুছেইন৷৷ - বৌদ্ধিক বিচাৰ
ভোগবাদৰ পাৰ্শ্ব ক্ৰিয়া হিচাপে অবৈধ সম্পৰ্ক, দেহ ব্যৱসায়, উচ্ছৃংখলতা ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰে।( এই বিষয়ে বহলাই লিখাৰ থল আছে।) ভাৰতীয় সংস্কৃতিত এইবোৰ কথা মানি লোৱাটো সহজ কথা নহয়। অথচ এইবোৰ সমস্যা ভাৰতত নতুন নহয়। কিন্তু লাহে লাহে বহুত বাঢ়িছে। তেন্তে উপায় কি ? সাধাৰণ মানুহৰ ভাগ্য নিৰ্ভৰ কৰে চৰকাৰৰ ওপৰত।