bouddhikbichar.com
শিল্পী ধ্রুৱ ডেকাৰ সোঁৱৰণত ॥ জ্ঞানেন্দ্ৰ বৰকাকতি ॥ - বৌদ্ধিক বিচাৰ
যেন স্মৃতিৰ সাগৰত ডুবাই থৈ আঁতৰি গ'ল অন্তৰংগ বন্ধুজন৷ সত্তৰৰ দশকৰ মাজ ভাগতে শান্তি নিকেতনৰ পৰা গুৱাহাটীলৈ আহিয়েই প্ৰয়াত শিল্পী ৰাজেন হাজৰিকাৰ জৰিয়তে ধ্রুৱ ডেকাৰ সৈতে চিনাকি হৈছিলোঁ জজ ফিল্ডত থকা স্বনামধন্য শিল্পী নীলপৱন বৰুৱা দাৰ আস্থান তথা অসম চাৰুকলা পৰিষদৰ সেই ঐতিহাসিক ঘৰটোৰ মজিয়াত।