bouddhikbichar.com
ৰাজেশ কুমাৰ তাঁতীৰ কবিতা - বৌদ্ধিক বিচাৰ
মই আহি আছোঁ জয়াল ৰাতিবোৰৰ মাজেৰে বেলিফুলৰ দিশে তোমাক কথাটো ক’বলৈ যে দেশ মানে মোৰ আই, মোৰ পালক আৰু শেষ আশ্ৰয়ৰ ঠাই ৷