bouddhikbichar.com
অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ-কালৰ কিছু কথা ( সমীন্দ্ৰ হুজুৰি ) - বৌদ্ধিক বিচাৰ
ৰোমান্টিক ভাবাদৰ্শৰ বিৰোধিতাৰে ‘নতুন ধাৰাৰ বাহক ৰূপে পৰিচয় দাঙি ধৰা জয়ন্তীয়ে বহুলাংশে আধুনিক শব্দটো প্ৰগতি অৰ্থতে ব্যৱহাৰ কৰিছিল । পূৰ্বে উল্লেখ কৰা প্ৰবন্ধবোৰৰ শিৰোনামৰ পৰাই সেই কথা প্ৰতীয়্মান হয় । সাহিত্যৰ বুৰঞ্জীত (যোৱা শতিকাৰ ষাঠিৰ দশকৰ পিছৰ) বৰ্তমান, আধুনিক অথবা সাম্প্ৰতিক কবিতাক দুটা ভাগত আলোচনা কৰিছে ।