bouddhikbichar.com
বাৰ ঘন্টা ( সুব্ৰতা গোস্বামী ) - বৌদ্ধিক বিচাৰ
কণমানি দুজনী আহিছে উদিতা আন্টীক বিচাৰি।সিহঁত দুজনীক স্কুলৰ প্ৰজেক্টৰ ছবি আঁকি দিব লাগে হেনো।দিতাৰ সলনি সেই কামটো আজি মইয়ে কৰিলোঁ।অন্ততঃ সন্ধিয়াটো পাৰ কৰাৰ এটা অজুহাত।হাত জোকাৰি বাই বাই দি কণমানি দুজনী গ'লগৈ।দৰ্জাখন জপাই মন কৰিছোঁ ঘড়ীত আঠ বাজিবৰে হৈছে।মোৰ মনটোও বিষণ্ণ হৈ পৰিল।ম