bouddhikbichar.com
ইউৰিয়া৷৷ মমিন বৰা৷৷ - বৌদ্ধিক বিচাৰ
দেওবৰীয়া দুপৰবোৰত লগ পাওঁ এজাক চৰাইকাষত বা দি বহি থাকে কপালত কেঁহেৰাজ বৰণ হৈ জিলিকি থকা এসোতা ঘামইউৰিয়া ৰহিত বুলি সেউজীয়া শাকনি ডৰাত সোমাই খুতিয়াই খুতিয়াই চাওঁনহলে পাগত উঠা সময়বোৰো ভেকুৰি উঠে অকষ্মাত