bouddhikbichar.com
বিপ্লৱ, ৰঙীন বিপ্লৱ আৰু বিপ্লৱৰ ভবিষ্যৎ৷৷ সৌৰভ শইকীয়া৷৷ - বৌদ্ধিক বিচাৰ
অনাগত বিপ্লৱবোৰ অহিংসা পন্থাৰে হ'ব, নে নেপালৰ মাওবাদী বিদ্ৰোহৰ দৰে হিংসাত্মক পন্থাৰে হ'ব? এই প্ৰশ্নৰ উত্তৰ এতিয়া সম্পূৰ্ণ অনিশ্চয়তাত। ভাৰতৰ দৰে দেশত সম্প্ৰতি কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত হাজাৰ হাজাৰ কৃষকে শান্তিপূৰ্ণভাৱে লং মাৰ্চ সম্পন্ন কৰি বিপ্লৱৰ গুপ্ত শক্তিকেই প্ৰতিপন্ন নকৰিলে জানো।