bouddhikbichar.com
বিৰিয়া ৷৷ দাদুল দেৱকৃষ্ণ বৰুৱা৷৷ - বৌদ্ধিক বিচাৰ
এলান্ধু-ওৰণি আঁতৰাইপিতায়ে তুলি লৈছিল কান্ধত প্ৰতিপদৰ জোনসুখবোৰ এটা এটাকৈ গোটাওতে জিলিকিছিল— ৰ'দঘাই হাতসুখবোৰ ভাৰে ভাৰে কঢ়িয়াওঁতে উথলি উঠিছিল— বুকু খামিডাঠ