bouddhikbichar.com
আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম৷৷ পাঠকৰ মতামত৷৷ - বৌদ্ধিক বিচাৰ
অসম আৰু অসমীয়া জাতিৰ এনে এক সন্ধিক্ষণত উল্লিখিত আটাইবোৰ দিশক ঐতিহাসিক তথ্যৰে যুক্তিসংগত ভাৱে নিৰ্মোহ বিশ্লেষণেৰে টুনুজ্যোতি গগৈয়ে লিখি উলিয়াইছে "আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম" নামৰ গ্ৰন্থখন।