bouddhikbichar.com
আহি আছে পিতাই সেই দিন৷৷ ভাস্কৰ জে নাথ৷৷ - বৌদ্ধিক বিচাৰ
দালালৰ চলাহী কথাবোৰপালিনেতাৰ মিছা কথাবোৰনিৰীহক ডাইনী সজোৱা কথাবোৰ বেকাৰে চাৰ্টিফিকেটৰ শ্ৰাদ্ধ পতা কথাবোৰ ভাল ল’ৰাটো বেয়া হোৱাৰ কথাবোৰ ময়ো নকওঁ পিতাই তয়ো নকবি।