bouddhikbichar.com
লাচিত ফুকন৷৷ দেৱকান্ত বৰুৱা৷৷
লাচিত ফুকন ! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ! দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ। দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ! নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ। দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন…