bouddhikbichar.com
উমৈহতীয়া শত্ৰুক চিনাক্ত কৰো আহক৷৷ দেৱব্ৰত গগৈ৷৷ - বৌদ্ধিক বিচাৰ
২০১৬ চন পৰ্য্যন্ত আমাৰ মনলৈ এবাৰো ভাব অহা নাছিল যে কোনোবা অসমীয়া নেতাই কিবা কাৰণত অসমতে শতিকা জুৰি বসবাস কৰি থকা বঙালীলোক সকলক ঘৰে ঘৰে গৈ প্ৰাণৰ ভাবুকি দিব বুলি মন্তব্য কৰিব আৰু ঠিক তেনেকৈ অসমৰ অসমীয়ালোক সকলকো কোনোবা বঙালী নেতাই ঘৰে ঘৰে গৈ আক্ৰমণ কৰিব বুলি উচটনিমুলক মন্তব্য দিব। কিন্ত আজি এনেকুৱা অৱাঞ্চিত পৰিস্থিতিয়েই …