bouddhikbichar.com
সংকটৰ গ্ৰাসত কৃষিখণ্ড : ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই৷৷ টুনুজ্যোতি গগৈ৷৷ - বৌদ্ধিক বিচাৰ
যোৱা দুই অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাই ৰাজধানী দিল্লীত চৰকাৰী বাহিনীয়ে কৃষক সমদলৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা দুৰ্ভাগ্যজনক বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে। কৃষকসকলে ন্যায্য প্ৰাপ্যৰ দাবীত চলাই অহা প্ৰতিখন সংগ্ৰামক ৰাষ্ট্ৰযন্ত্ৰই বাৰে বাৰে ব্যৰ্থ কৰিবলৈ অপচেষ্টা চলাই আহিছে। আশাৰ বিষয় যে ৰাষ্ট্ৰযন্ত্ৰৰ সকলোধৰণৰ প্ৰতিবন্ধকতা নেওচি কৃষকসকল প্ৰান্তে প্ৰান্তে জাগি উঠিছে, ৰাষ্ট্ৰযন্ত্ৰৰ ভেৰোণীয়া বাহিনীৰ ৰঙা …