bouddhikbichar.com
অগপই প্ৰকৃত সত্যক উপলব্ধি কৰিবনে ? ৷৷ ভৱেশ নাথ৷৷ - বৌদ্ধিক বিচাৰ
১৯৮৫ চনত অসম চুক্তিৰ মাজেৰে। তাৰ পৰৱৰ্তীকালত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গক লৈয়েই অসমক বিদেশী মুক্ত কৰাৰ সংকল্পেৰে গঠন হৈছিল অসম গণ পৰিষদ। অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ মাজেৰে গঢ় লৈ উঠা অসম গণ পৰিষদৰ মূল ৰাজনৈতিক ইচ্ছ্যু আছিল বিদেশী বহিষ্কাৰ।