bouddhikbichar.com
বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷ - বৌদ্ধিক বিচাৰ
বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ – এই বিষয়টো সময়ে সময়ে চৰ্চা হৈ আহিছে। শেহতীয়াকৈ এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত বিষয়টো আইনৰদ্বাৰা হস্তক্ষেপৰ কৰাৰ প্ৰয়াসো আৰম্ভ হৈছে।চ’ছিয়েল মি়ডিয়াতো বিষটোৰ সন্দৰ্ভত সুস্থ বিতৰ্ক হোৱাটো শুভ লক্ষণ।