bouddhikbichar.com
সৰাপাতৰ সপোন৷৷ জোস্মি গগৈ৷৷ - বৌদ্ধিক বিচাৰ
পৃথিৱীখন সেউজীয়া হৈ থাকোতেই ভাবিছিলোনিজকে ফুল-ফলেৰে সুন্দৰ ৰূপত সজাম;কিন্তু ভংগুৰ আশাবোৰব’ঠা নোহোৱা কাগজৰ নাৱৰ দৰেইক'ৰবাত দিকভ্ৰান্ত হৈ ৰ'ল!