bouddhikbichar.com
চাহ মজদুৰ মহিলাসকলৰ সমাজত এভুমুকি৷৷ দময়ন্তী গগৈ৷৷ - বৌদ্ধিক বিচাৰ
এটি কলি দুটি পাত’ৰ দেশ অসম আৰু এই এটি কলি দুটি পাত অৰ্থাৎ চাহ গছৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত চাহ মজদুৰ সমাজৰ জীৱন। বৰ্তমান অসমৰ অবিচ্ছেদ্য অংগত পৰিণত হোৱা এই চাহ মজদুৰসকলৰ আগমন ঘটিছিল অসমত ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰ লগে লগে।