bouddhikbichar.com
ধৰ্মীয় চেতনা আৰু শিক্ষা পদ্ধতি৷৷ টুনুজ্যোতি গগৈ৷৷ - বৌদ্ধিক বিচাৰ
কোনো এখন দেশৰ আধুনিক শিক্ষা পদ্ধতিৰ লক্ষ্য হোৱা উচিত নতুন প্ৰজন্মৰ মনত স্বাভিমান, স্বদেশপ্ৰেম, স্বনিৰ্ভৰশীল মনোভাৱ আদি জগাই তোলাৰ সমান্তৰালভাৱে তেওঁলোকক যুক্তিবাদী তথা¸ বিজ্ঞানমনস্ক কৰি তুলিবলৈ এক বাস্তৱমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা৷