bouddhikbichar.com
গধূলি৷৷ মন্দিৰা গগৈ৷৷ - বৌদ্ধিক বিচাৰ
মোৰ অজ্ঞাতেই গধূলিটোৱেমোৰ বুকুৰ বেৰখন বিন্ধি পেলালেএনে লাগিল , গধূলিটো অনুভূতিপ্ৰৱণসেয়ে ,হয়তো ভাৱ হ'লগধূলিটোৰ হাতখন বিশাল আৰু কোমল