bouddhikbichar.com
খডাংছ্যৰ সাধু৷৷ মৈত্ৰেয়ী পাটৰ৷৷ - বৌদ্ধিক বিচাৰ
চোলাৰ জেপত তামোল কাটি দুপৰ যেন ৰাতি এটা দাঁতিয়লীয়া, সেই দিন ধৰি কলৈ যায় ফৰিংফুটা জোনাকত শিলৰ পাহাৰবোৰৰ মাত পোটোকা পৰা দেহাবোৰ জুইত সেঁকি বুঢ়াবোৰে মেলিছিল সাধুকথাৰ কুঁকি পেন্দুকণাহঁতে গালত হাত দি শুনিছিল— “মাত থাগাইছে চ্যাত্‌ব থাও” ভাষা থাকিলেহে থাকিব জাতি জাতি থাকিলেহে পৰম্পৰা সাধুকথাত সকলো খডাংছ্যৰ খডাংছ্যৰ হাগ্ৰা মাখা,লিবিঙে নেম্‌ খডাংছ্যৰ- গালত হাত দি …