bouddhikbichar.com
কৃষ্টিৰ উৰ্বৰথলী বৰমাৰ্জঙত দুনিশা৷৷ মুংছা জনাৰ্দন পাটৰ৷৷ - বৌদ্ধিক বিচাৰ
বৰমাৰ্জং। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন পৰিচিত তিৱা গাঁও — য’ত উদ্ভাসিত হৈ আছে তিৱা সংস্কৃতিৰ নানা ৰূপ, য’ত বিৰাজমান জনগোষ্ঠীটোৰ সমৃদ্ধ আৰু শক্তিশালী কৰি তুলিব পৰাকৈ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতিৰ।