bouddhikbichar.com
দু:সময়ৰ কবিতা ৷৷ গীতিৰেখা দত্ত৷৷ - বৌদ্ধিক বিচাৰ
মানুহবোৰে এতিয়া কাপোৰ সলাইছে ছোঁঘৰৰ ৰখীয়া হৈ চাই আছোঁ সেই দৃশ্য অলপ পিছত সকলো মঞ্চত উঠিব সকলো উঠিব আৰু অতদিনে আওৰাই থকা সংলাপবোৰ দাৰি কমা ভাববোধক সকলো যথাৰ্থ ৰূপত ৰাখি উবুৰিয়াই বাকি দিব হেলজেনৰ পাণ্ডু বৰণীয়া পোহৰেৰে চেপি ৰখা মঞ্চটোৰ বুকুত৷