bouddhikbichar.com
"Loving Vincent" - কথাছবিৰ নতুন কনচেপ্ট ৷৷ মুকুল মাধৱ বৈশ্য৷৷ - বৌদ্ধিক বিচাৰ
Loving Vincent এটা সাত বছৰীয়া প্ৰকল্প, পৰিচালক ড'ৰ'টা কবিয়েলা আৰু হুগ ৱেলমেনৰ এটা সপোনৰ বাস্তৱ ৰূপান্তৰ। এশ পঁচিশজন চিত্ৰশিল্পী আৰু ৬২, ৪৫০ হাতে অকাঁ পেইণ্টিঙৰ ফ্ৰেমচ্- উদ্দেশ্য ভেন গঘৰ শিল্প শৈলী আৰু শিল্প নিপুণতাক বাস্তৱৰ পৃথিৱীখনলৈ টানি অনা। এক অনবদ্য ধাৰণা, এক অনবদ্য প্ৰচেষ্টা আৰু এক অমূল্য সৃষ্টি।