bouddhikbichar.com
‘মূল্যবোধ বনাম ভোগবাদ বিশেষ’ৰ সম্পাদকীয় টোকা - বৌদ্ধিক বিচাৰ
বিশ্বায়নৰ প্রেক্ষাপটত সমগ্র পৃথিৱীৰ পৰিসৰ সংকুচিত হৈছে এখন গাঁৱলৈ। ক্ষিপ্রতাৰে সলনি হৈছে মানুহৰ চিন্তাধাৰা, মূল্যবোধ, জীৱনৰ মান। মুক্ত বাণিজ্যৰ যুগত ব্যক্তিগত ৰুচি-অভিৰুচিও নিয়ন্ত্রিত হয় বিজ্ঞাপন আৰু ব্যৱসায়িক চাতুৰ্যৰে।