bouddhikbichar.com
 খোজ ৷৷ হিমাংগ দাস৷৷
মোৰ প্ৰাত:ভ্ৰমণৰ খোজবোৰ আইৰ বাঢ়নিয়ে মচি দিয়ে . বাঢ়নিৰ আঁচবোৰ পাণ বেপাৰীৰ চাইকেলবোৰে মচি দিয়ে . চাইকেলৰ চিনবোৰ ধান বেপাৰীৰ গাড়ীবোৰে মচি দিয়ে . গাড়ী যোৱা বাট গাড়ীয়ে আঁকে গাড়ীয়ে মচে . পশ্চিমৰ বাঁহনিত …