bouddhikbichar.com
সৌৰভ কুমাৰ চলিহা আৰু স্বাধীন অসম (টুনুজ্যোতি গগৈ)
অসমীয়া গল্প সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট সৌৰভ কুমাৰ চলিহাৰ নামৰ সৈতে ‘স্বাধীন অসম’ শব্দ যুগল আচহুৱা যেন লাগিলেও চলিহাই স্বাধীন অসমৰ পোষকতা কৰিছিল৷ চলিহাই কৈছিল– ‘… আলফাৰ দৰে আমিও অস…